Posted inঅসম

গোৱালপাৰা অসমাৰিক চিকিৎসালয়ৰ নৱজাতকৰ আই চি ইউত অগ্নিকাণ্ড

নিউজ ডেস্ক : গোৱালপাৰা অসামৰিক চিকিৎসালয়ত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। আজি পুৱা প্ৰায় ৯.৩০ বজাত চিকিৎসালয়খনৰ নৱজাতকৰ বাবে থকা আই চি ইউত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। অৱশ্যে চিকিৎসালয়ত কৰ্মৰত নাৰ্ছ তথা আন কৰ্মচাৰীসকলে চিকিৎসালয়ত ভৰ্তি হৈ থকা ১৪ গৰাকী নৱজাতকক সুৰক্ষিত ৰূপত তাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে চিকিৎসালয়খনৰ এটা কোণাত উক্ত […]