Posted inঅসম

ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলবৎ

গুৱাহাটী : ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলবৎ কৰা হৈছে। এতিয়াৰে পৰা কেৱল চুক্তি পত্ৰৰ দ্বাৰাহে নিজৰ ঘৰ ভাড়াত দিব পাৰিব ভাড়া ঘৰৰ মালিক সকলে। ভাড়া ঘৰ সম্পৰ্কীয় নতুন আইন বলবৎ কৰা হৈছে। এই আইন অনুসৰি কেৱল চুক্তি পত্ৰৰ দ্বাৰাহে নিজৰ ঘৰ ভাড়াত দিব পাৰিব ভাড়া ঘৰৰ মালিক সকলে।এতিয়াৰে পৰা ঘৰ ভাড়াত দিলে ভাড়া […]