Posted inঅসম

দহ গৰাকী বিপিএল শিক্ষাৰ্থীক বৃত্তি প্ৰদান কৰিব হাউলী নেচনেল চাইন্স একাডেমীয়ে

বৰপেটা : বৰপেটা জিলাৰ হাউলী নেচনেল চাইন্স একাডেমী (সম্পূৰ্ণৰূপে আৱাসিক শিক্ষানুষ্ঠান)য়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% বা ততোধিক নম্বৰ প্ৰাপ্ত ১০ গৰাকী বিপিএল শিক্ষাৰ্থীক সম্পূৰ্ণ বৃত্তি প্ৰদান কৰিব। হাউলী চহৰত অৱস্থিত প্ৰতিষ্ঠানটোৱে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে পাঠ্যক্ৰম আগবঢ়ায়। হাউলী নেচনেল চাইন্স একাডেমীত কেৱল ওচৰ চুবুৰীয়া অঞ্চলৰ শিক্ষাৰ্থীয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ […]