হাউলী, যুগান্ত বায়ন: বিগত ১৯২৯ চনৰ পৰা আৰম্ভ হোৱা হাউলী ৰাস উৎসৱ বৰ্তমান ৰাস মহোৎসৱ লৈ পৰিণত হৈছে। ৰাস উৎসৱৰ প্ৰথম গৰাকী সভাপতি বিশিষ্ট নাগৰিক বিশ্বনাথ দাস আৰু সম্পাদক গৰ্জনচন্দ্ৰ সৰকাৰৰ সৱল নেতৃত্বত হাউলীত ৰাস উৎসৱৰ পাতনি মেলা হৈছিল। তাৰ পিছৰ পৰাই হাউলী ৰাস উৎসৱে অবিৰতভাৱে বিভিন্ন ধৰ্ম, ভাষাৰলোকৰ লগতে বিভিন্ন জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি, পৰম্পৰা, […]