Posted inমনোৰঞ্জন

কংগনাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল হৃতিক

নিউজ ডেস্ক– দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰশ্নবানেৰে সংবাদমাধ্য়মৰ শিৰোনামা দখল কৰি থকা বলীউদ অভিনেত্ৰী কংগনা ৰাণাৱটৰ মুখ বন্ধ কৰিবলৈ এইবাৰ আইনৰ কাষ চাপিল কংগনাৰ প্ৰাক্তন প্ৰেমিক অভিনেতা হৃত্বিক ৰোশন। হৃতিক-কংগনাৰ বিবাদে পাঁচ বছৰতকৈও অধিক সময় ধৰি চলি আছে। হৃতিক ৰোচনে শনিবাৰে কংগনা ৰাণাৱটৰ বিৰুদ্ধে গোচৰ তৰিবলৈ মুম্বাই অপৰাধ অনুসন্ধান শাখাৰ কাষ চাপিল। ২০১৩-১৪চনতেই দুয়োৰে মাজত প্ৰেমৰ […]