Posted inশিক্ষা

বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণৰে উজ্জ্বলিল খুমটাইৰ জয়া গগৈ মহাবিদ্যালয় 

কমাৰগাঁও, চন্দন বৰা: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট জিলাৰ খুমটাইৰ অগ্ৰণী শিক্ষানুষ্ঠান জয়া গগৈ মহাবিদ্যালয়ৰ আশাপ্ৰদ ফলাফলে মহাবিদ্যালখনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলক উৎফুল্লিত কৰি তুলিছে। সোমবাৰে ঘোষনা কৰা ফলাফলত মহাবিদ্যালয়খনৰ কেইবা গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।  মহাবিদ্যালয়খনত ২০২১ চনৰ পৰা বিজ্ঞান শাখাত পাঠদান আৰম্ভ হৈছিল। এইবাৰ প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খনৰ […]