Posted inঅসম

ফাদিল হোৱা নাই ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত

নিউজ ডেস্কঃ ৰাজ্যজুৰি বৰ্তমান উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হৈ আছে। তাৰ মাজতে মঙলবাৰে অনুষ্ঠিত হোৱা ৰাসয়ন বিজ্ঞানৰ প্ৰশ্নকাকত আগদিনাই ফাদিল হোৱা বুলি সামাজিক আৰু সংবাদ মাধ্যমত বিয়পি পৰে। লগে লগে ৰাজ্যজুৰি অভিভাৱক আৰু পৰীক্ষাৰ্থী মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰম্ভ হয় । কিন্তু এতিয়া চিন্তাৰ অৱসান ঘটিল। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক প্ৰেছ বিবৃতি জৰিয়তে জনাই যে, […]