Posted inঅসম

মেট্ৰিক পৰীক্ষাৰ ফলাফলত খুমটাইৰ দুই বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ

চন্দন বৰা, কমাৰগাঁও: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত খুমটাই অঞ্চলৰ সমীপৰ ভোলাগুৰি আদৰ্শ বিদ্যাপীঠ আৰু কচুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বাবে সকলো উৎফুল্লিত হৈ পৰিছে । আদৰ্শ বিদ্যাপীঠৰ মুঠ পৰীক্ষাৰ্থী আছিল ৩৩ গৰাকী। ইয়াৰে ২৬ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত আৰু ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ ৬ গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন […]