Posted inঅসম

ঘোষণা হ’ল ২০২১ বর্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

গুৱাহাটী : শুকুৰবাৰে ঘোষণা কৰা হয় ২০২১ বর্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৪২৬৫৫৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৯৭১৩২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাত। এইবাৰ উত্তীৰ্ণ হাৰ ৯৩.১০ শতাংশ। ছাত্ৰীৰ তুলনাত ছাত্ৰৰ ফলাফল ভাল। যোৱা বছৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৬৪.৮০ শতাংশ। এইবাৰ ক’ভিড মহামাৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত […]