Posted inঅসম

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ

কোৰোনাৰ ভয়াবহ সংক্ৰমনৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰা প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীসকলক দ্বিতীয় বৰ্ষলৈ উৰ্ত্তীণ কৰিছে | এতিয়া এই পৰীক্ষাৰ্থী সকলে পোনে পোনে দ্বিতীয় বৰ্ষত ভৰি দিলে | এই ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় বৰ্ষৰ বাবে শিক্ষা সংসদৰ ৱেবচাইডৰ পৰা ই বুক সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে |উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা […]