Posted inদেশ-বিদেশ

India’s HDI Rank:মানৱ উন্নয়ন সূচাংকত পৃথিৱীৰ ১৯১ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৩২

নিউজ ডেস্কঃ মানৱ উন্নয়ন সূচাংকত এই বছৰ ভাৰত এটা স্থানলৈ অৱনমিত গৈছে। United Nations Development Programmeৰ দ্বাৰা প্ৰকাশিত ২০২১-২২ বৰ্ষৰ গোলকীয় মানৱ উন্নয়ন প্ৰতিবেদনত ভাৰত ১৩২সংখ্যক স্থানত আছে, যোৱা বছৰ ভাৰতৰ স্থান আছিল ১৩১। এইবাৰ ১৯১ খন দেশক United Nations Development Programme প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তালিকাত অন্তৰ্ভুক্ত অধিকাংশ দেশৰ মানৱ উন্নয়ন সূচাংক […]