Posted inঅসম

চিলাপথাৰত মহিলাসহ চাৰি কিশোৰী সৰবৰাহকাৰীক আটক

ধেমাজি: ধেমাজি জিলাৰ চিলাপথাৰত বহুদিনৰ পৰা বহিঃৰাজ্যৰ এটা নাৰী সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে। শনিবাৰে তেনে এটা চক্ৰৰ সৈতে জড়িত দুগৰাকী মহিলাসহ চাৰি কিশোৰী সৰবৰাহকাৰীক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।য অভিযোগ অনুসৰি চিলাপথাৰৰ সমীপৰ কুলামুৱা বঙালী গাঁও বৰুৱা চুকৰ ক্ৰমে ১৪ আৰু ১৫ বছৰীয়া দুগৰাকী কিশোৰীক প্ৰলোভনেৰে বহিঃৰাজ্যলৈ […]