Posted inঅসম

তেজপুৰ আদালত চৌহদত উত্তপ্ত পৰিস্থিতি

তেজপুৰঃ তেজপুৰ আদালত চৌহদত উত্তপ্ত পৰিস্থিতি। মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰিম বুলি আশ্বাস প্ৰদান কৰাৰ পিছতো ঋণ পৰিশোধ নকৰিলে আইনী ৱ্যৱস্থা লোৱা হ’ব বুলি জিলাখনৰ বিভিন্ন গোট সমূহক তেজপুৰ আদালতত হাজিৰ হ’বলৈ জাননী প্ৰেৰণ কৰে৷ আদালত চৌহদত উপস্থিত হৈয়ে ঋণগ্ৰস্থ মহিলা গোট সমূহে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ লগতে পঢ়কঃদেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা ত্ৰয়োদশ সংস্কৰণ ড° […]