Posted inদেশ-বিদেশ

বিশ্ব ক্ষুধা সূচ্যাংকত : বাংলাদেশ, পাকিস্তান, নেপালতকৈ তলত ভাৰতৰ স্থান

নিউজ ডেস্ক : ক্ষুধা আৰু পুষ্টিহীনতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ আটাইতকৈ পিছপৰা দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে। ২০২১ বৰ্ষৰ বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰত ১১৬ খন দেশৰ ভিতৰত ১০১ নম্বৰ স্থানলৈ অৱনমিত হৈছে। বিগত বৰ্ষৰ তুলনাত ভাৰতৰ স্থান অধিক তললৈ নামিছে। ২০২০ বৰ্ষৰ বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰত ৯৪ নম্বৰ স্থানত আছিল। উল্লেখযোগ্য যে ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত […]