Posted inঅসম

ৰঞ্জী ট্রফীত হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ জয়

ৰঞ্জী ট্রফীত হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ জয়। প্রথম ইনিংছত পিছ পৰিও চমকপ্রদ জয়লাভ কৰিবলৈ সক্ষম হয় অসমে। ঘৰুৱা দল হায়দৰাবাদৰ বিৰুদ্ধে ১৮ ৰানত জয়লাভ অসমৰ। দ্বিতীয় ইংনিছত জয়ৰ বাবে ২৫০ ৰানৰ লক্ষ্য দিছিল অসমে। আনহাতে ২৩১ ৰানতে সকলো উইকেট হেৰুৱায় পৰাস্ত হয় হায়দৰাবাদ। ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং-বলিঙৰ সহায়ত অসমৰ জয়লাভ। মেচখনত ৰিয়ানে ২৮টা বলত ৭৮ ৰান। […]