Posted inঅসম

অৰুণাচলত পুনৰ ১০২টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ প্ৰস্তুতি: শংকিত লখিমপুৰবাসী

লখিমপুৰঃ অসমৰ বাবে আন এক ভয়াবহ খবৰ। অৰুণাচলত পুনৰ ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ। ৰঙানদী প্ৰকল্পই ইতিমধ্যে ধ্বংস কৰিছে লখিমপুৰক। বাৰিষা কালৰূপ ধৰি লখিমপুৰক বিধ্বস্ত কৰা ৰঙানদী এতিয়া মৃত। ৰঙানদী প্ৰকল্পই ৰঙানদী আৰু ডিক্ৰং নদীৰ পাৰিপাৰ্শ্বিকতাক ধ্বংস কৰিছে। ৰঙানদী আৰু সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে দীর্ঘদিন ধৰি বিভিন্ন দল সংগঠনে আন্দোলন কৰি আহিছে যদিও […]