Posted inদেশ-বিদেশ

ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত! নিহত এজন

নিউজ ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত নিহত হয় বিমান খনৰ পাইলট অভিনৱ চৌধুৰীৰ। নিয়মীয়া অনুশীলন চলি থকাৰ সময়তে পঞ্জাৱৰ মোগা অঞ্চলৰ ২৫ কিলোমিটাৰ নিলগৰ বাঘাপুৰানাৰ লংগিয়ানা খুৰ্দ গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো। বিমানখনৰ সামৰিক অনুশীলন চলাই থাকোতে পৰি যায় আৰু তাত অগ্নি সংযোগ হৈ জ্বলি যায়। প্ৰতিকূল বতৰৰ বাবে ঘটনাস্থলীত উদ্ধাৰকাৰী দল […]