Posted inঅসম

কৰোনাত আক্ৰান্ত হৈ অসমৰ প্ৰথম মহিলা আইএএছ বিষয়া পাৰুল দাসৰ মৃত্যু

গুৱাহাটীঃ কৰোনাত আক্ৰান্ত হৈ অসমৰ প্ৰথম গৰাকী মহিলা আইএএছ পাৰুল দাসৰ মৃত্যু হয়। গুৱাহাটীৰ এপ’ল’ হস্পিতালত চিকিৎসাধীন হৈ আছিল পাৰুল দাস। আৰু পঢ়কঃকৰোনাত আক্ৰান্ত হৈ জনপ্ৰিয় শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত ৰাজন মিশ্ৰৰ দেহাৱসান পাৰুল দাস আছিল ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব। তেওঁ প্ৰাক্তন মন্ত্ৰী ৰামনাথ দাসৰ কন্যা আছিল। আৰু পঢ়কঃ অসমত বাঢ়িছে ক’ভিড আক্ৰান্তৰ হাৰ; কমিছে পৰীক্ষা […]