Posted inদেশ-বিদেশ

যি সপোনে ৰাতি শুবলৈ নিদিয়ে সেইয়াহে সপোন: অৱশেষত আই এ এছ হ’ল শিবাংগী

নিউজ ডেস্কঃ যি সপোনে ৰাতি শুবলৈ নিদিয়ে সেইয়াহে সপোন৷ মানুহে ভিতৰি মানসিক ভাৱে ভাগি গ’লেও ইচ্ছা জীয়াই থাকে, ইচ্ছাই লক্ষ্যত উপনীত কৰিবলৈ সক্ৰিয় কৰি তোলে ৷ লক্ষ্যক আগত ৰাখি জীৱনৰ সকলো কাঁইটীয়া পথ হেলাৰঙে পাৰ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল উত্তৰ প্ৰদেশৰ শিৱাংগী গোৱেল। স্বামীগৃহৰ অত্যাচাৰ, পিছলৈ বিবাহ বিচ্ছেদ একোৱে ৰোধ […]