নিউজ ডেস্ক: গোৰ্খা উন্নয়ন পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত চাণক্য আইএএছ একাডেমী, গুৱাহাটীয়ে ৯ মে’, ২০২৩ তাৰিখে চানক্য আইএএছ একাডেমীৰ গুৱাহাটীস্থিত কেন্দ্ৰত গোৰ্খা সম্প্ৰদায়ৰ ইউপিএছচি/এপিএছচি প্ৰাৰ্থীসকলৰ বাবে এক বৃহৎ পৰিসৰত সদৌ অসম বৃত্তি পৰীক্ষাৰ আয়োজন কৰে।উক্ত বৃত্তি পৰীক্ষাত ‘ছুপাৰ ২০’ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হ’ব বিচৰা ৬০০ তকৈও অধিক শিক্ষাৰ্থী্যে অংশগ্ৰহণ কৰে। ‘ছুপাৰ ২০’ কাৰ্যসূচী […]