Posted inক্ৰীড়া

IBAৰ এথলীটছ কমিটীৰ অধ্যক্ষা হিচাপে নিৰ্বাচিত বক্সাৰ লাভলীনা বৰগোহাঁই

নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম কন্যা লাভলীনাৰ আন এক সাফল্য। IBAৰ এথলীটছ কমিটীৰ অধ্যক্ষা নিৰ্বাচিত বক্সাৰ লাভলীনা বৰগোহাঁই। ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ছোৱাত লাভলীনাই সৰ্বাধিক ভোট লাভ কৰিছিল।   নিৰ্বাচিত হোৱাৰ পিছত লাভলিনাই কয় যে, “আই বি এৰ এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত মই গৌৰৱান্বিত অনুভৱ কৰিছো, মই সদস্য […]