Posted inNews

নিৰপেক্ষ স্থানত পাকিস্তানে বিশ্বকাপ ক্ৰিকেটৰ মেচ খেলাৰ দাবী

নিউড ডেস্কঃ ৰাজনৈতিক উত্তেজনাৰ বাবে ভাৰতে পাকিস্তানত এছিয়া কাপ খেলিবলৈ অস্বীকাৰ কৰাৰ পিছত পাকিস্তানেও এতিয়া ভাৰতত বিশ্বকাপ খেলিবলৈ নহাৰ সিদ্ধান্ত লৈছে। তিনিদিনৰ পূৰ্বে পাকিস্তানৰ ক্ৰীড়া মন্ত্রী এহছান মাজাৰিয়ে কৈছিল যে, ভাৰতে যদি এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাহে, তেন্তে পাকিস্তানেও বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাযায়। ইয়াৰ পিছেতই সোমবাৰে আকৌ এহছান মাজাৰিয়ে কয়, পাকিস্তান ক্রিকেট ব’ৰ্ডৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ […]