Posted inক্ৰীড়া

ICC টেষ্ট ৰেংকিঙৰ প্ৰথম স্থানত ভাৰতীয় ক্ৰিকেট দল

আই চি চি (ICC)ৰ টেষ্ট ৰেংকিঙত ভাৰতে প্ৰথম স্থান বাহাল ৰাখিছে। বৃহস্পতিবাৰে প্ৰকাশ পোৱা আই চি চিৰ টিম ৰংকিঙৰ তালিকাত এই কথা প্ৰকাশ পাইছে। ভাৰতে ১২১ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত থকাৰ বিপৰীতে ১২০ পইণ্টেৰে নিউজিলেণ্ডে অধিকাৰ কৰিছে দ্বিতীয় স্থান। উল্লেখযোগ্য যে বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে যোৱা এটা বছৰত অষ্ট্ৰেলিয়াক তেওঁলোকৰ দেশত অনুষ্ঠিত টেষ্ট […]