নিউজ ডেস্কঃ লণ্ডনৰ অভেলত অহা ৭ জুনত অনুষ্ঠিত হ’ব বহু প্ৰত্যাক্ষিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল বাবে ইতিমধ্যেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমটো গ্ৰুপ লণ্ডনত উপস্থিত হৈ অনুশীলনত নামি পৰিছে। ইয়াৰ মাজতেই আই চি চিয়ে ঘোষণা কৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰাইজমানি। মুঠ ৯ খন দেশৰ মাজত অনুষ্ঠিত হোৱা এই চেম্পিয়নশ্বিপৰ মুঠ […]