Posted inমুখ্যপৃষ্ঠা

আইচিচি হল অফ ফেমত অন্তৰ্ভুক্ত তিনিজন কিংবদন্তি খেলুৱৈ

নিউজ ডেস্কঃ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে মঙলবাৰে সংস্থাটোৰ হল অফ ফেম তালিকাত আৰু তিনিজন কিংবদন্তি ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। আইচিচিয়ে দুজন পুৰুষ আৰু এগৰাকী মহিলাক হল অফ ফেমত অন্তৰ্ভুক্ত কৰিছে।  ইয়াত পাকিস্তানৰ কিংবদন্তী স্পিনাৰ আব্দুল কাদিৰ, ৱেষ্ট ইণ্ডিজৰ বেটিং কিংবদন্তী শিৱনাৰিন চন্দ্ৰপল আৰু ইংলেণ্ডৰ মহিলা দলৰ প্ৰাক্তন অধিনায়ক চাৰ্লট এডৱাৰ্ডছৰ নাম অন্তৰ্ভুক্ত […]