Posted inঅসম

সদ্য ঘোষিত ICSE-ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ অসমৰ ছাত্ৰীৰ

নিউজ ডেস্ক : সদ্য ঘোষিত ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেশ্যন চমুকৈ ICSE-ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত দেশৰ ভিতৰতে শীৰ্ষ স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশ্বনাথৰ অস্মিতা কাকতিয়ে। বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনিতা কাকতিৰ কন্যা অস্মিতাই ICSE-ৰ দ্বাদশ শ্ৰেণীৰ কলা শাখা (Humanity)ৰ পৰীক্ষাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি […]