নিউজ ডেস্ক: মণিপুৰত আজি সংঘটিত এক সন্দেহজনক আই ই ডি বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৪জন গুৰুতৰভাৱে আহত হয়। অচিনাক্ত দুৰ্বৃত্তই উক্ত বিস্ফোৰণকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰাপ্ত তথ্য মতে, সোমবাৰে পুৱতি নিশা প্ৰায় ১.৩০ বজাত মণিপুৰৰ থৌবাল জিলাৰ খংজম অঞ্চলত এটা সমূহীয়া গৃহত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণত নিহত তথা […]