গুৱাহাটী,ছৰফৰাজ খানঃ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ ৩৫ সংখ্যক দীক্ষান্ত সমাৰোহ। দীক্ষান্ত সমাৰোহৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্ত। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষা গ্ৰহণ কৰি ২০২০ বর্ষত বিভিন্ন শাখাত উত্তীৰ্ণ হোৱা ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক আজি প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান […]