Posted inNews

গুৱাহাটী IIT ত পুনৰ উদ্ধাৰ বহি: ৰাজ্যৰ ছাত্ৰৰ মৃতদেহ

গুৱাহাটী IIT ত পুনৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে বহিঃৰাজ্যৰ ছাত্ৰৰ। গুৱাহাটী IIT ৰ দিহিং হোষ্টেলত সংঘটিত হৈছে এই ঘটনা। মৃত শিক্ষাৰ্থীগৰাকীক মহাৰাষ্ট্ৰৰ নাগপুৰৰ হৃত্বিক সঞ্জয় ভবানী বুলি চিনাক্ত কৰা হৈছে। মৃত হৃত্বিক সঞ্জয় ভবানী বি টেকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছিল। IIT কৰ্তৃপক্ষৰ পৰা খবৰ লাভ কৰাৰ পিছত আমিনগাঁও আৰক্ষীয়ে দিহিং হোষ্টেলৰ নিজ কোঠাত হৃত্বিক সঞ্জয় […]