Posted inঅসম

আইআইটি,গুৱাহাটীয়ে আলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে অনুষ্ঠিত কৰিব “ঐক্যম”নামৰ এক বিশেষ কার্যসূচী

গুৱাহাটীঃ দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জী চমুকৈ আই আই টি।আই আই টিতেই আগন্তুক২০২৩ বর্ষৰ বিখ্যাত আলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ অক্টোবৰত অনুষ্ঠিত কৰিব “ঐক্যম” নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচী। উক্ত কাৰ্যসূচীত উপস্থিত থাকিব বিশিষ্ট চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ভাৰতে স্বাধীনতা লাভ কৰা […]