Posted inNews

ফাইজানৰ মৃত্যু তদন্তৰ বাবে এছআইটি গঠন

নিউজ ডেস্ক: খড়গপুৰ আই আই টিৰ মেধাৱী ছাত্ৰ তথা তিনিচুকীয়াৰ নিবাসী ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ শুনানি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কলকতাৰ উচ্চ ন্যায়লয়ত এই শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পৰৱৰ্তী তদন্তৰ বাবে এখন তিনিজনীয়া এছআইটি নির্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। যি দলক নেতৃত্ব দিব আই পি এছ বিষয়া কে জয়মনে। গঠন হোৱা বিশেষ তদন্তকাৰী দলে তদন্তৰ […]