নিউজ ডেস্কঃ আইআইটি, কানপুৰৰ গৱেষকসকলে বহু উচ্চতাত অৱস্থিত অঞ্চলসমূহৰ উদ্ভিদৰ বাবে সৌৰশক্তি আধাৰিত এক ৰুট জ’ন হিটিং ছিষ্টেম আৰু বাৰ্মি বেড পদ্ধতি বিকশিত কৰিছে। আইআইটি, কানপুৰৰ গৱেষকসকলৰ মতে, সতেজ পাচলি তথা কৃষিজাত সামগ্ৰীৰ অভাৱ আৰু লাডাখৰ দৰে সাগৰপৃষ্ঠৰ পৰা বহু বেছি উচ্চতাৰ অঞ্চলসমূহত কাৰ্যকৰী জৈৱিক আৱৰ্জনা ব্যৱস্থাপনাৰ অভাৱৰ প্ৰতি দৃষ্টি ৰাখি গৱেষকসকলে এই পদ্ধতি বিকশিত […]