মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ পূৱ গাওঁ পঞ্চায়তৰ শান্তিপূৰ গাওঁৰ কাষতে লাগি থকা কালো নদীৰ পাৰত দীৰ্ঘদিন ধৰি মাটি খনন কাৰ্য চলাই আছে একাংশ ভু মাফিয়াই। ফলত স্থানীয় ৰাইজৰ ঘৰ, কৃষি ভূমি নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে। মনকৰিবলগীয়া কথা যে মানকাচৰৰ বন বিভাগৰ বীট অফিচৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত প্ৰতিদিনে একাংশ ভু […]