নিউজ ডেস্ক: বিশ্ব বেংকে যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈ ৩ বিলিয়ন মাৰ্কিন ডলাৰ সাহায্য ঘোষণা কৰিছে, ইয়াৰে প্ৰায় ৩৫০ মিলিয়ন মাৰ্কিন ডলাৰ দেশখনলৈ তৎকালীন পুঁজি হিচাপে আগবঢ়োৱা হৈছে। মঙলবাৰে বিশ্ব বেংকৰ অধ্যক্ষ ডেভিদ মালপাছ (David Malpass) আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ (IMF)ৰ পৰিচালন সঞ্চালক খ্ৰিছটালিনা জৰ্জিয়েভা (Kristalina Georgieva)-এ এই ঘোষণা কৰে। এক যুটীয়া বিবৃতিত তেওঁলোকে কয় যে এই সাহায্য পুজিৰ […]