Posted inNews

২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী

নিউজ ডেস্ক: অহা ২৮ মে’ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব। দেশৰ নতুন সংসদ ভৱন জাতিৰ বাবে উৎসৰ্গা কৰা হ’ব। দুপৰীয়া ১২ বজাত নতুন সংসদ ভৱন উদ্বোধন কৰা হ’ব। ইয়াৰ পূৰ্বে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া পূজা-অৰ্চনাৰ কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষকে ধৰি বহুকেইগৰাকী নেতা-মন্ত্ৰী। […]