নিউজ ডেস্কঃ দিল্লী আৰু মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠান বিবিচি ৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান। ১৫ জনীয়া আয়কৰ বিভাগৰ বিষয়াই কাৰ্যালয় দুটাত মঙলবাৰে অভিযান চলাই । এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আন্তৰ্জাতিক কৰ আৰু মূল্য স্থানান্তৰ নিৰ্ধাৰণৰ অভিযোগৰ সৈতে সম্পৰ্কিত বাবে এই অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে। পিটিআইক আইকৰ বিভাগৰ বিষয়া সকলে জনাই যে, বিভাগটোৱে […]