৭৫ সংখ্যক স্বাধীনতা দিৱসৰ ভাষন প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ১০টা সংকল্প ল’বলৈ ৰাজ্যবাসীক আহ্বান জনালে এই আহ্বান এজন মুখ্যমন্ত্ৰী হিচাপে নহয়, ৰাইজৰ মাজৰ এজন হিচাপে জনাইছে বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ দুজনাৰ তিথিত তথাকথিত চৰকাৰী বন্ধৰ দিন হিচাপে পালন নকৰাৰ সংকল্প ল’বলৈ আহ্বান ৰাজ্যবাসীক। তেওঁ কয় যে আমি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি দুটাত […]