Posted inদেশ-বিদেশ

দুবছৰৰ অন্তত ভাৰত-বাংলাদেশৰ মাজত ৰে’লসেৱা পুনৰ আৰম্ভ

নিউজ ডেস্ক: ক’ভিড মহামাৰীৰ বাবে দুটা বছৰ বন্ধ হৈ থকাৰ পিছত আজিৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত ট্ৰেইন চলাচল পুনৰ আৰম্ভ হৈছে। আজি কলিকতা ৰে’ল ষ্টেশ্যনৰ পৰা বাংলাদেশৰ খুলনালৈ বন্ধন এক্সপ্ৰেছ ট্ৰেইনখনে যাত্ৰা কৰে, ইষ্টাৰ্ন ৰে’লৱেৰ এগৰাকী বিষয়াই জনায়। মৈত্ৰী এক্সপ্ৰেছ ট্ৰেইনখনেও দেওবাৰৰ পৰা কলিকতা আৰু ঢাকাৰ মাজত সেৱা আৰম্ভ হোৱাৰ কথা আছে। আজি পুৱা […]