Posted inক্ৰীড়া

T20 World Cup: বাংলাদেশক ৫ ৰানত পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষত ভাৰত

নিউজ ডেস্ক: অষ্ট্ৰেলিয়াৰ Adelaide Oval ষ্টেডিয়ামত অনুষ্ঠিত চলিত T20 বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত আজি ভাৰতে বাংলাদেশক ৫ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৮৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ বিৰাট কোহলী আৰু কে এল ৰাহুলে যথেষ্ট ভাল প্ৰদৰ্শন কৰে। কোহলীয়ে ৬৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৰাহুলে […]