নিউজ ডেস্কঃ নাগালেণ্ডৰ কহিমা জিলাত অৱস্থিত খ’নোমা বন্য সংৰক্ষণ আৰু ট্ৰাগ’পান অভয়াৰণ্যই “জৈৱসম্পদৰ বহনক্ষম ব্যৱহাৰ” শ্ৰেণীৰ অধীনত “ভাৰতীয় জৈৱ- বৈচিত্ৰ্য ২০২১ বঁটা’’ লাভ কৰিছে। শনিবাৰে “আন্তৰ্জাতিক বিশ্ব জৈৱ- বৈচিত্ৰ দিৱস” উপলক্ষে ভাৰ্চুৱেল যোগে অনুষ্ঠান উদযাপন কৰি এই বঁটা প্ৰদান কৰা হয়। ’ভাৰতীয় জৈৱ- বৈচিত্ৰ্য বঁটা’ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্যতা প্ৰাধিকৰণ […]