Posted inঅসম

এটা চাউলত চাৰিখন ৰঙীন ৰাষ্ট্ৰীয় পতাকা অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত

কলিয়াবৰঃ মাত্ৰ এটা চাউলত চাৰিখন ৰাষ্ট্ৰীয় পতাকা অংকন কৰি India book of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল এগৰাকী যুৱতী। নগাঁও জিলাৰ কলিয়াবৰৰ দলগাঁও নিবাসী মানদাস সৎনামী আৰু অনিমা সৎনামীৰ কন্যা প্ৰতিভা মহিলাঙে এই বিৰল সন্মানে জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । প্ৰতিভাই এটা চাউলত ভাৰত, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু জাপান এই […]