Posted inNews

ভিছা প্ৰদান নকৰাকৈ লৈ ভাৰত-চীনৰ মাজত বিবাদ

নিউজ ডেস্কঃ ভাৰত-চীনৰ সীমা বিবাদৰ মাজত এইবাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত আৰম্ভ হৈছে ভিছা প্ৰদান নকৰাক লৈ বিবাদ। আমেৰিকাৰ মিডিয়া হাউছ বাল স্ট্রীট জার্নালৰ এক বাতৰি অনুসৰি, ভাৰতে চীনৰ সাংবাদিকৰ ভিছা নৱীকৰণ নকৰা বুলি অভিযোগ উত্থাপন উঠিছে। সংবাদ প্ৰতিষ্ঠানটোৰ অনুসৰি, চীনৰ চৰকাৰী সংবাদ সংস্থা জিনহুৰ আৰু চি চি টিভিৰ দুজন সাংবাদিকৰ ভিছা নৱীকৰণ নকৰে বুলি ভাৰতে […]