Posted inদেশ-বিদেশ

আজি ইণ্ডিয়া গেটত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি

নিউজ ডেস্কঃ আজিৰে পৰা বিজয় চক আৰু ইণ্ডিয়া গেট ৰাজপথসংযোগী পথটোৰ নাম সলনি কৰা হ’ব। প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাজপথক নামাকৰণ কৰা হৈছে ‘Kartavya Path’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৭ বজাত পথটোৰ শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও ইণ্ডিয়া গেটত স্থাপন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিও উন্মোচন কৰা হ’ব। মূৰ্তিটো গ্ৰেনাইটেৰে নিৰ্মাণ কৰা […]