নিউজ ডেস্ক – সন্ত্ৰাসবাদক লৈ পুনৰ সৰৱ হৈ উঠিছে ভাৰত। ৰাষ্ট্ৰসংঘৰ পৰা বিশ্ববাসীক সন্ত্ৰাসবাদৰ বাবে সতৰ্ক কৰি দিছে ভাৰতে। ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্ৰদূত ৰুচিৰা কাম্বোজে নিৰাপত্তা পৰিষদৰ বিশেষ অধিবেশনত দিয়া ভাষণত কয় যে সন্ত্ৰাসবাদে সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সন্দৰ্ভত বিশ্বই দুমুখীয়া নীতি গ্ৰহণ কৰা উচিত নহয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ বৈঠকত ভাৰতক […]