Posted inঅসম

নাগালেণ্ড ভাৰতত নাই? চাওক জনপ্ৰিয় ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিকৰ মন্তব্য

কিছুদিন পূৰ্বে পঞ্জাবৰ এগৰাকী ইউটিউবাৰে এটা ভিডিঅ’ত অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ নহয় বুলি কৈ দেশজুৰি সৃষ্টি কৰা বিতৰ্কৰ ঢৌ মাৰ নৌযাওঁতেই এইবাৰ এটা ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলত নাগালেণ্ড সন্দৰ্ভত কৰা হয় এক আজব মন্তব্য। ৰাষ্ট্ৰীয় চেনেল ইণ্ডিয়া টুডে’ত নাগালেণ্ডৰ আই পি এছ বিষয়া ৰুপিন শৰ্মাৰ সৈতে চেনেলটোৰ এংকৰ ৰাহুল কানৱালৰ এক অনুষ্ঠান সম্প্ৰচাৰ হৈছিল। অনুষ্ঠান চলি […]