নিউজ ডেস্ক: অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত দেশসমূহৰ দুৰ্দশাগ্রস্ত অৱস্থা নিৰ্ণয় কৰা হয়। প্রখ্যাত অর্থনীতিবিদ ষ্টিভ হেংকিৰ বাৰ্ষিক দুর্দশা সূচকাংকত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দুর্দশাগ্রস্ত দেশৰ শীৰ্ষত আছে আফ্ৰিকাৰ দেশ জিম্বাবুৱে। যুদ্ধ-বিধ্বস্ত দেশ ইউক্রেইন, ছিৰিয়া, ছুডান আদি দেশবোৰতকৈও জিম্বাবুৱেৰ অৱস্থা শোচনীয়। ৰেংকিংছৰ বাবে ১৫৭খন দেশৰ বিশ্লেষণ কৰা হৈছিল আৰু সেইসমুহ দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৩ নম্বৰত আছে। […]
Tag: India
Posted inNews