Posted inঅসম

Covid Update: ভাৰতত নতুনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ১৬,১৬৭ জন,মৃত্যু ৪১ জন

নিউজ ডেস্কঃ ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। অৱশ্যে দেওবাৰৰ তুলনাত এই সংক্ৰমণ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে সদৰি কৰা তথ্যমতে ভাৰতত কৰোনা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে ১৬,১৬৭ জন লোক। ইফালে ভাৰতত বিগত ২৪ ঘন্টাৰ সময়ছোৱাত ৪১ জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি সোমবাৰে পুৱা […]