Posted inদেশ-বিদেশ

মিছন অক্সিজেন! বায়ুসেনাই দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছে অক্সিজেন

নিউজ ডেস্কঃ বৰ্তমান সমগ্ৰ দেশে কৰোনাসৃষ্ট ভয়াবহ পৰিস্থিতিৰ সৈতে যুঁজি আছে। সমগ্ৰ দেশতে মহামাৰী কৰোনাই কালৰূপ ধাৰণ কৰিছে । ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হৈছে । অক্সিজেনৰ অভাৱৰ ফলত ভয়াবহ দিশে গতি কৰিছে ক’ভিড ৰোগীসকলৰ জীৱন । দেশৰ বিভিন্ন প্ৰান্তত দেখা দিয়া অক্সিজেনৰ অভাৱ পুৰণৰ বাবে বায়ুসেনাই আৰম্ভ কৰিছে মিছন অক্সিজেন। […]