Posted inNews

শোণিতপুৰত নাও দুৰ্ঘটনাত সন্ধানহীন ভাৰতীয় সেনা জোৱান

নিউজ ডেস্ক: দেওবাৰে শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰত ঘটা এক নাও দুৰ্ঘটনাৰ ফলত ভাৰতীয় সেনাৰ এজন জোৱান সন্ধানহীন হৈ থকাৰ খবৰ পোহৰলৈ আহিছে। সোমবাৰে সেনাৰ এগৰাকী বিষয়াই জনোৱা মতে, দেওবাৰে সন্ধিয়া শোণিতপুৰৰ শলমাৰাত ব্ৰহ্মপুত্ৰ নদীত তিনিজন সেনা জোৱানে এখন নাও চলাই থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াৰে নাওখনত থকা আন দুজন সেনা জোৱানে সাঁতুৰি নিজৰ প্ৰাণ […]