নিউজ ডেস্ক: আজি পুৱা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ কাৰহামা কুঞ্জাৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হয়। এই সংঘৰ্ষৰ সময়ত সুৰক্ষা বাহিনীৰ হাতত এজন সন্ত্ৰাসবাদী নিহত হয়। বাৰামুলা আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা কাৰহামা কুঞ্জাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল। প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে জনোৱা মতে তাৰ পাছতে আজি পুৱা প্ৰায় […]