Posted inদেশ-বিদেশ

কিয় দেশ এৰিব বিচাৰিছে ভাৰতীয় নাগৰিকে

নিউজ ডেস্ক : কিয় দেশ এৰিছে ভাৰতীয় নাগৰিকে। ২০১৭ চনৰ পৰা ২০২১ চনলৈ বৃহৎ সংখ্যক ভাৰতীয় নাগৰিকে এৰিলে দেশ। বৃহৎ সংখ্যক লোকে ভাৰত এৰিছে যদিও বাংলাদেশ, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকাৰ লগতে আমেৰিকাৰ নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে। কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কেৰেলাৰ সাংসদ হিবি ইডেনে সংসদত কৰা এক প্ৰশ্নৰ উত্তৰত ২০১৭ চনৰ পৰা ২০২১ […]