নিউজ ডেস্কঃ নেডাৰলেণ্ডৰ সৈতে জয়ী হোৱাৰ পাছত টি-২০ বিশ্বকাপত কালি অৰ্থাৎ ৩০ অক্টোবৰৰ সন্ধিয়া ৪.৩০ বজাত ভাৰত সমূখীন হ’ব দক্ষিণ আফ্ৰিকাৰ। বিশ্বকাপৰ বৰ্তমানলৈ ভাৰতীয় খেলুৱৈসকলৰ খেলৰ প্ৰাদৰ্শিতাৰ প্ৰতি লক্ষ্য ৰাখি আফ্ৰিকাৰ বিৰুদ্ধে খেলিব লগা এই মেচখনত ভাৰত জয়ী হোৱাৰ সম্ভাৱনা যে অধিক সেয়া বুজিব পাৰি। কালিৰ মেচখনত ভাৰতৰ হৈ খেলিবলগীয়া ক্ৰিকেটাৰৰ তালিকাখনত থকা খেলুৱৈসকল ক্ৰমে- […]