Posted inঅসম

আজিৰ পৰা ৭ দশকৰ পূৰ্বে অলিম্পিকত ভাৰতক নেতৃত্ব দিছিল এইগৰাকী অসম সন্তানে

অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত বক্সাৰ এম চি মেৰী কম আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং ভাৰতৰ পতাকাবাহক হ’ব। ত্ৰিৰংগা পতাকা হাতত লৈ মেৰী কমে অলিম্পিকত ভাৰতক নেতৃত্ব দিয়াটো উত্তৰ-পূবৰ বাবে নিশ্চয় এক গৌৱৰ কথা।   অৱশ্যে আজিৰ পৰা প্ৰায় ৭ দশক পূৰ্বে উত্তৰ-পূবৰ আন এগৰাকী ত্ৰীড়া অলিম্পিক প্ৰতিযোগিতাত […]