Posted inদেশ-বিদেশ

Viral:সীমান্তৰ সিপাৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বজাই ভাৰতক উপহাৰ দিলে পাকিস্তানী গায়কে

নিউজ ডেস্কঃ সুৰৰ কোনো ধৰ্ম নাই। সুৰে সীমা বুজি নাপায়, বুজি নাপায় বিভাজন। সোমবাৰে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীৰ এই দিনটোক বিশেষ কৰি তুলিবলৈ যোৱা এবছৰ ধৰি সমগ্ৰ দেশতে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে পাকিস্তানী গায়ক ছিয়াল খান (Siyal khan) ৰুবাবত সুৰ তুলিলে ভাৰতৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত । পাহাৰৰ […]