গুৱাহাটীঃ সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব ইণ্ডিয়ান অইলৰ প্ৰথমখন ক্ৰীড়া সন্মিলন। ‘LAKSHYA — IndianOil Athletics Meet’ শীৰ্ষক এই সন্মিলন ২৬ আৰু ২৭ ছেপ্টেম্বৰত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াত অইলৰ বিভিন্ন বিভাগৰ পৰা প্ৰায় ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ দ্বাৰা আয়োজিত এই বৈঠকখন কোম্পানীৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱ বৈদ্যই উদ্বোধন কৰিব। দুদিনীয়াকৈ অনুষ্ঠিত […]