Posted inক্ৰীড়া

অসম মল্লখম্ব সন্থাৰ কাৰ্যবাহী কমিটি ২০২৩-২৬ গঠন

আজি পুৱা ১১.০০ বজাত উলুবাৰীস্থিত  ডিটিআৰপি ইনড’ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত অসম মল্লখম্ব সন্থাৰ নিৰ্বাচন অনুস্হিত হয়। এই নিৰ্বাচনত সভাপতি পদত জয়ী হয় অশোক বৰ্মন। ইফালে উপ সভাপতি পদত জয়ী হয় চন্দন কুমাৰ নাথ, ৰবি দাস আৰু তপনচন্দ্ৰ ৰাভা। আনহাতে, সাধাৰণ সম্পাদক পদত স্বদেশ আচাৰ্যী, যুটীয়া সম্পাদক ৰেখা মন্ডল আৰু অনিৰুধা বড়ো, পুতুল সোণোৱাল আৰু কোষাধ্যক্ষ পদত […]